ভারত মহ শক্তিধর রাষ্ট্রের দিকে এগোচ্ছে ,আমেরিকার মত দেশ চায়না
ভাৰতৰ বিৰুদ্ধে থিয় দিছে...
এক সুনিয়োজিত বৈশ্বিক গঠবন্ধণ...!!
প্ৰায় এক শতিকা ধৰি আমেৰিকাই এক মহাশক্তিৰ ৰূপত সমগ্ৰ বিশ্বত দপদপাই আহিছে৷ আমেৰিকাই সেই প্ৰতিখন দেশক বিধ্বস্ত কৰি দিলে, যিয়ে আমেৰিকাৰ ক্ষমতাক প্ৰত্যাহ্বান জনাইছে৷
যি আমেৰিকাই কালিলৈকে চীনৰ পিছত লাগি আছিল, আজি সেই আমেৰিকাই তীক্ষ্ণ দৃষ্টিৰে ভাৰতৰ ফালে চাই আছে..?
কি আমেৰিকাই বৰ্তমানৰ নতুন ভাৰতক লৈ শংকিত হৈছে নেকি?
নে দক্ষিণ এচিয়াত আমেৰিকাৰ বিশ্বাসযোগ্যতা আৰু প্ৰভুত্ব কমি অহা দেখি হতাশ হৈছে?
(সবিশেষ সবিস্তাৰে এবাৰ পঢ়ক আৰু জানক)
জাপানে মূৰ দাঙি উঠিছিল হে
তেনেতে আমেৰিকাই হিৰোছিমা-নাগাচাকী কৰি দিলে৷
USSRয়ে আমেৰিকাক প্ৰত্যাহ্বান জনালে,
তেনেতে USSR 17 টুকুৰা হৈ পৰিল৷
ইৰাক, ইৰান, আফগানিস্থানৰ দৰে দেশৰ কি অৱস্থা হ’ল, সেইয়া সমগ্ৰ পৃথিৱীয়ে দেখিলে৷
এতিয়া যি খন দেশ দ্ৰুতগতিত আগবাঢ়ি গৈছে, সেয়া হৈছে ভাৰত৷
ভাৰতে আজি আত্মনিৰ্ভৰশীল আৰু স্বাৱলম্বী হ’ব বিচাৰিছে৷ ভাৰত হৈছে পৃথিৱীৰ এখন সৰ্ববৃহৎ বজাৰ আৰু সকলোতকৈ দ্ৰুত বিকশিত অৰ্থনীতিও হৈছে ভাৰত৷
গতিকে ভাৰতৰ এই প্ৰগতি আমেৰিকা আৰু পশ্চিমীয়া শক্তিৰ অলপো হজম হোৱা নাই৷
সিহঁতৰ ভয় হৈছে যে— যদিহে ভাৰত আত্মনিৰ্ভৰশীল হৈ পৰে, তেন্তে সিহঁতৰ Economy বৰ্বাদ হৈ যাব৷
সেয়েহে এতিয়া সিহঁতে ভাৰতক টাৰ্গেট হিচাপে লৈছে— পোনপটীয়াকৈ নহয়, কিন্তু তাৰবাবে আওপকীয়াকৈ সিহঁতে কিছুমান মানুহক নিয়োগ কৰিছে৷
যিদৰে চীনৰ বৃহৎ উদ্যোগপতি জেক-মাক আমেৰিকাই উঠি আহোঁতেই মোহাৰি পেলোৱাৰ ষড়যন্ত্ৰ ৰচিছিল, ঠিক সেইদৰেই এতিয়া ভাৰতৰ আডানি আৰু আম্বানিৰ দৰে উদ্যোগপতিক দমন কৰাৰ চেষ্টা অব্যাহত আছে৷
(সেয়েহে কংগ্ৰেছৰ মালিক ৰাহুলেও চীন আমেৰিকাৰ সুৰত সুৰ মিলাই 24×7 আডানি-আম্বানিক গালি দিয়ে)
আডানিয়ে যেতিয়া সেউজ হাইড্ৰজেন (Green Hydrogen)ৰ দৰে শক্তি খণ্ডত প্ৰৱেশ কৰিছিল আৰু তেওঁ ভাৰতক লৈ যেতিয়া তেল-গেছৰ বিকল্প ব্যৱহাৰৰ পৰিকল্পনা কৰিছিল, তেতিয়াই হিণ্ডেনবাৰ্গ ৰিপৰ্ট সন্মুখলৈ আহিছিল৷
বৰ্তমান যেতিয়া CNBCয়ে আডানিক বিশ্বৰ দ্বিতীয় Trillioner হ’ব পাৰে বুলি ক’লে, তেতিয়া আক্ৰমণ আৰু তীব্ৰতৰ হৈ পৰিল৷
যদিহে ভাৰত তৈল আৰু শক্তি খণ্ডত স্বনিৰ্ভৰশীল হ’ব পাৰে, তেন্তে ভাৰত এক মহাশক্তিৰ ৰূপত বিৰাজমান হ’ব৷ কিন্তু আমেৰিকাই ভাৰত তেনে হোৱাটো কেতিয়াও নিবিচাৰে৷
ছচিয়েল মিডিয়া, ইউটিউব, ফেচবুক, টুইটাৰ(X), গুগল— এই সকলোবোৰ আমেৰিকাৰ হাতত আছে৷
সিহঁতে যেতিয়াই বিচাৰে, তেতিয়াই যাকেতাকে বদনাম কৰি দিব পাৰে৷ মিডিয়া নিউজ চেনেলক টকাৰে কিনিব পাৰি, আজিৰ তাৰিখত Paid News আৰু Paid Trend চলাব পৰা যায়৷
তেনেস্থলত ভাৰতৰ ভিতৰতে আমেৰিকাৰ অসংখ্য এজেণ্ট সক্ৰিয় হৈ আছে— গাড্ডাৰ, জয়চন্দ্ৰ, নকল বুদ্ধিজীৱি অসংখ্য আছে৷
সিহঁতৰ Chronology চাওক—
সিহঁতক এখন শক্তিশালী ভাৰত নেলাগে৷
সিহঁতক ভাৰতত এখন দুৰ্বল (গঠবন্ধণ) চৰকাৰ লাগে৷
যাতে সিহঁত সকলোৱে মিলিভগত হিচাপে দেশত লুটপাত চলাব পাৰে৷
যাতে বিদেশী ৰাষ্ট্ৰই ভাৰতক বহতীয়া কৰি ৰাখিব পাৰে৷
যাতে ভিক্ষাৰী পাকিস্তানেও ভাৰতক নাকত ধৰি চাকত ঘুৰাব পাৰে৷
যেতিয়া দেশ বিকাশৰ পথত আগবাঢ়ি যায়, তেতিয়া সিহঁতে কলিজাত বিষ অনুভৱ কৰে৷ যেতিয়া কোনো ভাৰতীয় উদ্যোগপতিয়ে সমগ্ৰ বিশ্বতে নিজৰ আধিপত্য বিস্তাৰ কৰে, তেতিয়া সিহঁতে তেওঁলোকক উপহাস কৰে৷ মিছা অপবাদ জাপি দি অপপ্ৰচাৰ চলোৱা আৰম্ভ কৰে৷
যোৱা 10 বছৰে ভাৰতত এক স্থিৰ চৰকাৰ আছে, যিয়ে ভাৰতৰ উদ্যোগপতি সকলক আগবাঢ়ি যোৱাত সহায় কৰিছে৷ কিন্তু এইকথাটোকে বিদেশী শক্তিৰ লগতে ভাৰতৰ নেতা বিপক্ষৰ লগতে বহুতেই হজম কৰিব পৰা নাই৷
আজি যদি আডানি, আম্বানি, টাটা, মহিন্দ্ৰাৰ দৰে নামে সমগ্ৰ বিশ্বত চমক সৃষ্টি কৰিব পাৰে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে বদনাম, অপপ্ৰচাৰ চলোৱাটো— ভাৰত বিৰোধী ষড়যন্ত্ৰ নহয় কি?
এই উদ্যোগপতি সকল হৈছে ভাৰতৰ একোএকোটা চেহেৰা৷ তেওঁলোক আমাৰ Hero. যিয়ে Make In Indiaক বিশ্বৰ সন্মুখলৈ লৈ গৈছে৷
যদিহে ভাৰতৰ এই উদ্যোগপতি সকলক বৰ্বাদ কৰি দিয়া হয়, তেন্তে....
তেন্তে ভাৰতক বৰ্বাদ কৰিবলৈ বেছি সময় নেলাগিব৷
সেয়েহে চিনাক্ত কৰক— দেশৰ আচল গাড্ডাৰ কোন?
প্ৰকৃততে ভাৰতক কোনে বিদেশী ৰাষ্ট্ৰৰ বহতীয়া কৰিব বিচাৰি আছে?
আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথা—
সিহঁতক কেৱল চিনাক্ত কৰিলেই নহ’ব,
Action লওক৷
লগতে এই লেখাটো কমচেকম 20 জন লোকক Send কৰক৷
দেশক বিভাজন কৰিবলৈ অপচেষ্টা কৰা বিদেশী Ecosystemক প্ৰত্যুত্তৰ ছচিয়েল মিডিয়াৰ জৰিয়তেহে দিব পৰা যাব আৰু সিহঁতৰ পৰ্দাফাছ হ’ব৷
কাৰণ দেশ আমাৰ আৰু ভৱিষ্যতো আমাৰেই৷
জয় হিন্দ~ বন্দেমাতৰম
Chandeep Borah @highlight
কোন মন্তব্য নেই