Header Ads

উত্তর প্রদেশের যোগীর রাজ্যে আবার সাংবাদিক হত্যা জাফার তীব্র নিন্দা

নয়া ঠাহর, সংবাদদাতা ,গুয়াহাটি:


উত্তৰ প্ৰদেশত দিন দুপৰতে সাংবাদিকক হত্যা : জাফাৰ গৰিহণা : উচিত তদন্তৰ দাবী


গুৱাহাটী ৯ মাৰ্চ ২৫ : উত্তৰ প্ৰদেশৰ চিতাপুৰ জিলাৰ মাহলী থানা অন্তৰ্গত মাহলী অভাৰব্ৰীজৰ ওচৰত স্থানীয় হিন্দী কাকতৰ সাংবাদিক ৰাঘবেন্দ্ৰ বাজপেয়ীক শনিবাৰে দিনদুপৰতে গুলীয়াই হত্যা কৰা জৰ্নালিষ্ট এছোচিয়েচন ফৰ আসাম চমুকৈ জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী কাৰ্যকৰী সভাপতি পংকজ ডেকা সম্পাদক কুঞ্জ মোহন ৰায়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়া লগতে আততায়ীৰ গুলীত নিহত সাংবাদিক গৰাকীৰ আত্মা চিৰশান্তি কামনা কৰি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ সাংবাদিক হত্যাৰ লগত জড়িত দুস্কৃতিকাৰীসকলো অতিশীঘ্ৰে চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক জাফাৰ পৰা দাবী জনোৱা হয় ৷

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.