Header Ads

অসম কংগ্রেস বিরোধী দল নেতা দেবব্রত সাইকিযার অভিযোগ

যোৱা কালি সামাজিক মাধ্যমৰ জড়িয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছিল যে, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই চিকিৎসা পৰীক্ষা কৰিব বিচৰা নাই বুলি। কিন্তু মোক তেখেতে জনাইছে যে, ৰকিবুল হুছেইন ডাঙৰীয়াই যোৱা কালি ৰাতি চিকিৎসা পৰীক্ষা কৰাইছে। কিন্তু প্ৰশ্ন হয়, আমাৰ DGP য়ে অতি কম সময়ৰ ভিতৰতে পাকিস্তানৰ বিষয়া কিমানবাৰ অসমলৈ আহিছে, সেইবোৰ উলিয়াব পাৰে, কিন্তু বৰ্তমানলৈকে ৰকিবুল হুছেইন ডাঙৰীয়াক আক্ৰমণ কৰা দুৰ্বৃত্তক এতিয়ালৈকে আতক কৰিব পৰা নাই। দেবব্ৰত শইকীয়া, দলপতি কংগ্ৰেছ বিধায়িনী দল।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.