Header Ads

ঘরোয়া উৎপাদিত সামগ্রী কোথায় প্রশ্ন দেবব্রত

    Advantage Assam যদিওঁ এটা ভাল পদক্ষেপ কিন্তু অসম চৰকাৰে ঘৰুৱা উৎপাদনৰ‌ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰিলে এই পদক্ষেপে আমাৰ থলুৱা যুৱক যুৱতীক বহুত বেছি সহায় কৰিব বুলি মোৰ বিশ্বাস নহয়। চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পৰা চৰকাৰী কৰ্মচাৰীকে দৰমহা দিবলৈ সক্ষম নহয়! আজিও বিভিন্ন কৰ্মচাৰীয়ে তেওঁলোকৰ প্ৰাপ্যৰ বাবে প্ৰতিবাদ কৰি আছে। তেনে ক্ষেত্ৰত চৰকাৰে ঘৰুৱা উৎপাদনৰ‌ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব, বিদেশে বিদেশে ঘুৰি বিনিয়োগ অনাৰ যো-জা কৰিলেও ঋণ লৈয়ে চৰকাৰ চলাই থাকিব লাগিব। ইয়াৰ উপৰিও মই স্পষ্টকৈ ক'ব বিচাৰোঁ যে, কংগ্ৰেছ দলে কেতিয়াও বিদেশী বিনিয়োগৰ বিৰোধী নহয়। দেবব্ৰত শইকীয়া।      

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.