Header Ads

মনমোহন সিংহ স্মরণে নাম গান হিটেশ্বর সৈকিয়ার বাড়িতে ,২৮ বছর ভাড়া তে ছিলেন

প্ৰতি
মাননীয় সতীৰ্থ কংগ্ৰেছ কৰ্মীসকল,

আমাৰ মাজৰ পৰা যোৱা ২৬ ডিচেম্বৰ তাৰিখে হেৰাই যোৱা প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই বিগত ২৮ বছৰ ধৰি আমাৰ সৰুমটৰীয়াৰ বাসভৱনৰ পৰা অসম তথা দেশবাসীৰ প্ৰতি সেৱা আগবঢ়াই গৈছিল আৰু ৰাজ্যসভাৰ পৰা অসমক প্ৰতিনিধিত্ব কৰিছিল। তেখেতৰ মৃত্যুৱে সমগ্ৰ বিশ্বকে কন্দুৱাইছে। পৰিয়ালৰ এজন সদস্য হিচাপে আমি তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি অহা ৭ জানুৱাৰীত আমাৰ সৰুমটৰীয়াৰ ঘৰত নাম-প্ৰসংগৰে তেখেতৰ আদ্যশ্ৰাদ্ধ সম্পন্ন কৰিব খুজিছো। আপোনালোকক পূণ্যত্মাগৰাকীৰ শ্ৰাদ্ধৰ দিনা দুপৰীয়া উপস্থিত থাকি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে অনুৰোধ কৰিলো। 

শ্ৰদ্ধাসহকাৰে-
হেমপ্ৰভা শইকীয়া, প্ৰাক্তন মেয়ৰ, প্ৰাক্তন মন্ত্ৰী

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.