বাংলদেশে হিন্দু নির্যাতন,ভারতীয় গণপরিষদের মহিলা অসম শাখা র হাই কমিশনার কে স্মারক পত্র প্রদান বাংলদেশে র সহকারী হাই কমিশনারকে
নয়া ঠাহর সংবাদদাতা :গুৱাহাটী ২০/১২/২৪ঃ ভাৰতীয় গন পৰিষদৰ মহিলা শাখাৰ কাৰ্য্যকৰী সভানেত্ৰী জয়া মুখাৰ্জীৰ নেতৃত্বত ভাৰতীয় গন পৰিষদ দলৰ এটি সজাতি দলে বাংলাদেশত সংখ্যালঘু সহ হিন্দুৰ ওপৰত হোৱা অন্যায় অত্যাচাৰ বন্ধ কৰাৰ বাবে গুৱাহাটীস্থিত বাংলাদেশৰ সহঃ আয়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰা হয়৷ উক্ত কাৰ্যসূচীত দলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি শান্তনু মুখাৰ্জী, উপ-সভাপতি ছামাদ চৌধুৰী, সাধাৰণ সম্পাদক জোতিষ মুখাৰ্জী, মহানগৰ সমিতিৰ সভাপতি মতিলাল সৰকাৰ, উপসভাপতি আশীষ পাল, বিপ্লৱ কৰ, প্ৰচাৰ সম্পাদক প্ৰনয় দাসে অংশ গ্ৰহণ কৰে








কোন মন্তব্য নেই