অসমে হিন্দু মুসলিম জন গোষ্ঠীর শতকরা হার
*নেচনেল পপুলেচন চাৰ্ভেৰ (প্ৰজেক্টেড) তথ্য:*
===================================
অসমৰ মুঠ জনসংখ্যাত হিন্দু মুছলমানৰ শতকৰা (%) হাৰ---
*চন* *হিন্দু* *মুছলমান*
১৯০১ ৮৪.৫ ১২.৪
১৯১১ ৮৩.১৯ ১৬.৬৯
১৯২১ ৮০.৩৬ ১৯.৪১
১৯৩১ ৭৫.৮ ২৩.৪১
১৯৪১ ৭৪.৩ ২৫.৭২
১৯৫১ ৭০.৭৮ ২৪.৬৮
১৯৬১ ৭১.৩৪ ২৫.২৬
১৯৭১ ৭২.৫১ ২৪.৫৬
১৯৮১ ৬৯.৭২ ২৬.১৫
১৯৯১ ৬৭.১৪ ২৮.৪৩
২০০১ ৬৪.৮৯ ৩০.৯২
২০১১ ৬১.৪৭% ৩৪.২২%
২০২১ ৫৬.৩৬% ৪০.০৩%
_(Source: Census Data, 1901-2021)_
*_অসমত হিন্দু জনসংখ্যাৰ বৃদ্ধি হাৰ হ্ৰাস হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা কি দৰে দ্ৰুত হাৰত বাঢ়িছে, উক্ত তালিকাই স্পষ্টকৈ দেখুৱাইছে ।_*
*অসমত মুছলমান জনসংখ্যা:*
চন মুছলমান জনসংখ্যা (ৰাউণ্ড সংখ্যা)
১৯০১ ৩ লাখ ৩ হাজাৰ
১৯১১ ৬ লাখ ৩৪ হাজাৰ
১৯৫১ ১৯ লাখ ৯৫ হাজাৰ
২০০১ ৮২ লাখ ৪০ হাজাৰ
২০১১ ১ কোটি ৭ লাখ
*২০২১ ১ কোটি ৪৬ লাখ
* _(estimated by Census of India)_
*_অসমত ২০০১-২০১১ ৰ দশকটোত বৃদ্ধি হাৰ:_*
হিন্দু : ১০.৩৪%
মুছলমান: ২৫.৯২%
*হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ, অসমত মুছলমান জনসংখ্যা আঢ়ৈ গুণতকৈও অধিক হাৰত বাঢ়িছে ।*
============================
কোন মন্তব্য নেই