Header Ads

2021 সালে সাংবাদিকতা পুরস্কার সহ অন্যান্য ক্ষেত্রে পুরস্কার প্রাপকের নাম ঘোষণা জাফার

২০২১ বৰ্ষৰ সাংবাদিকতা বঁটা সহ অনান্য শিতানৰ বঁটা প্ৰাপকৰ নাম ঘোষণা জাফা'ৰ  


গুৱাহাটী  ১০ নবেম্বৰ :  ৰাজ্যৰ সাংবাদিক - সংবাদকৰ্মী সকলোৰ অগ্ৰণী সংগঠন জাৰ্ণেলিষ্ট এচোচিয়েন, জাফার Jafa Achievers Award 2021ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে ।  জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী , কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে । জাফাই এইবাৰ নিৰ্বাচিত কৰা বিভিন্ন শিতানৰ বঁটা প্ৰাপক সকল হ'ল ক্ৰমে ------------    

 Jafa Achievers  Award 2021 ( For journalism )শিতানত

    জিতেন্দ্ৰ কুমাৰ চৌধুৰী (দৈনিক অসম )

 মৌচম জ্যোতি বৈশ্য ( দ্য ছেণ্টিনেল) 

ছায়ামনি ভূঞা ( নিউজ লাইভ ) 

ধ্ৰুৱজ্যোতি পাঠক (অসমীয়া প্ৰতিদিন )

নয়ণ প্ৰতীম কুমাৰ (প্ৰতিদিন টাইম )  

**********

Jafa Achievers Award 2021 (For video Journalism) শিতানত

 প্ৰদীপ বৰ্মন ( ডি- ৱাই ৩৬৫) 

************

 Jafa Achievers Award  2021 ( For Photo Journalism )  শিতানত

 আফতাব আলী( ইউ বি ফটোজ ) 

*****-*-****

Jafa Achievers Award 2021 (For News Anchor )

 শিতানত-   গীতাশ্ৰী তালুকদাৰ ,                     নিউজ ১৮ আসাম নৰ্থ ইষ্ট

**********

 Jafa Achievers Award 2021 ( Young Editor Award For  Print Media )

নিলয় পাল ( প্ৰান্তজ্যোতি দৈনিক ) 

*********

  Jafa Achievers Award 2021 ( For Peace and Prosperity ) শিতানত

 লং সিং টেৰণ   (Thekar, Karbi daily  ) 

*********

 Jafa Achievers Award 2021( For Human Rights ) 
শিতানত ড° দিব্যজ্যোতি শইকীয়া  ( মানবতাবাদী কৰ্মী )
************

 Jafa Achievers Award 2021(For Enterpreneurship ) শিতানত 

আৰ্জেদ চহৰীয়া(উদ্যোগী )      
**************

Jafa Achievers Award 2021 ( For Social Servive)শিতানত
.
তূষাৰ পাল ( বিশিষ্ট সমাজকৰ্মী )

*************

JafaAchievers Award 2021(for Excellence Medical service ) শিতানত

ডা: অভিজিৎ শৰ্মা ( অধীক্ষক , জি এম চি এইচ )

************

Jafa Achievers Award 2021 (For Excellence in police Service ) শিতানত

ৰজী কলিতা (এচ পি , চিএম ভিজিলেঞ্চ )

***********

Jafa Achievers Award 2021 ( For excellence service in public Administration ) শিতানত 

আদিল খান ( পৰিবহণ আযুক্ত )

************

Jafa Achievers Award 2021 ( for youth politician ) শিতানত 

জীৱেশ ৰায় ( যুৱ নেতা , বিজেপি )

**********

 উল্লেখ্য যে জাফাই এইবাৰ বিভিন্ন শিতানত ২৭ গৰাকী বিশিষ্ট ব্যক্তিক বিভিন্ন শিতানৰ বঁটা প্ৰদানৰে সন্মানিত কৰিব । এই ২৭ গৰাকী বঁটা প্ৰাপকৰ ২১ জনেই হল সাংবাদিক । গ্ৰাম্য সাংবাদিকতা বঁটাৰ বাবে নিৰ্বাচিত ১০ গৰাকী বঁটা প্ৰাপকৰ নাম ইতিপূৰ্বে ঘোষণা কৰা হৈছে ।
অহা ২৮ নবেম্বৰত গুৱাহাটীৰ লাষ্টগেটত থকা লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ'ব ।অসম বিধানসভার অধ্যক্ষ বিশ্বজিৎ দৌমারি , দিস পুর প্রেসক্লাবের সভাপতি নরেন হাজারিকা,প্রাক্তন সভাপতি অমল গুপ্ত,বৈকুণ্ঠ গোস্বামী প্রমুখ বিশিষ্ট অতিথিবৃন্দ উপস্থিত থাকবেন।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.