Header Ads

জ্যোতি প্রসাদ আগরওয়ালা বিশেষ সংখ্যা প্রকাশ

ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালা বিশেষ সংখ্যা

    কিঞ্চিত্ : আন্ত:ৰাষ্ট্ৰীয় বহুভাষিক সাহিত্য গ্ৰন্থ
      দশম সংখ্যা--২০২৫
     সম্পাদক : ডাঃ মাণিক লাল ভৌমিক 

    বডো ৰাইটাৰ্চ একাডেমীৰ সভাপতি , Daily Bodoland English News Paper আৰু দৈনিক বড়ো ইংখং বাতৰি কাকতৰ স্বত্বাধিকাৰী , সম্পাদক, ইংখং টেলিভিশন আৰু ৰৈমালী একাডেমী বি এড কলেজৰ স্বত্বাধিকাৰী , বিশিষ্ট লেখক ৰাজেন বসুমতাৰীলৈ বহুভাষিক সাহিত্য গ্ৰন্থ  দশম সংখ্যক' কিঞ্চিত '  -২০২৫, প্ৰদান কৰিছে কিঞ্চিত্ সম্পাদনা সমিতিৰ হৈ আনন্দ ৰাম ঔৱাৰীয়ে। 

           বড়ো ৰাইটাৰ্চ একাডেমীৰ মুখ্য কাৰ্যালয় : কাজলগাও
         ০৯/০৩/২০২৫

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.