ভারত বিকাশ পরিষদ গুয়াহাটিতে কৃত্রিম অঙ্গ দানের শিবির করছে
নয়া ঠাহর সংবাদদাতা। : ভাৰত বিকাশ পৰিষদ -অসম প্ৰান্ত আৰু ভাৰত বিকাশ পৰিষদ দক্ষিণ পুনে শাখাৰ যৌথ উদ্যোগত এটা শিবিৰৰ আয়োজন কৰি অংগচ্ছেদ হোৱাৰ বাবে অংগ হেৰুৱা ব্যক্তি সকলক বিনামূলীয়াকৈ কৃত্ৰিম ভৰি আৰু যান্ত্ৰিকভাৱে চলোৱা হাতৰ ব্যৱস্থা কৰা হৈছে।
ইয়াৰ বাবে গুৱাহাটীত এটা জোখ-মাখ শিবিৰৰ ব্যৱস্থা কৰা হৈছেI
শিবিৰৰ তাৰিখ: সোমবাৰ, ১৭ মাৰ্চ & মঙলবাৰ ১৮ মাৰ্চ ২০২৫I
স্থানঃ সেৱা কেন্দ্ৰ I বাসুদেৱ যোগমায়া ভবন,
১২৭ বিষ্ণুপুর মাইন্ রোড. গুয়াহাটি ৭৮১০১৬
সময়ঃ দুয়োদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ I
এই শিবিৰৰ পৰা লাভৱান হ'ব বিচৰা শাৰীৰিকভাৱে অক্ষম ভাই-ভনী সকলে তলত দিয়া ফোন নম্বৰত ফোন কৰি প্ৰি-ৰেজিষ্টাৰ কৰিব লাগিব।
১- শ্ৰী অনিৰুদ্ধ পতংকৰ - ৯৫৪৫৫ ০৪৯৬৪
২- শ্ৰী ৰাজেন্দ্ৰ পধ্যে – ৯৫৫২৬ ১৮৯০০.
৩. শ্ৰী নিৰ্মল কান্তি দে ৮৬৩৮১৪৯৬৫০
শিবিৰত প্ৰৱেশ কেৱল প্ৰি-ৰেজিষ্টাৰ কৰা দিব্যাংগৰ বাবে সীমাবদ্ধ। প্ৰি- ৰেজিষ্ট্ৰেচন বাধ্যতামূলক I
হিতাধিকাৰীসকলে আধাৰ কাৰ্ডৰ জেৰক্স আৰু ১খন পাছপ'ৰ্ট আকাৰৰ ফটো লৈ শিবিৰলৈ আহিব লাগিব।
Bharat Vikas Parishad South Pune Branch & Bharat Vikas Parishad -Assam Prant is jointly organizing a camp to provide Free Advance Artificial Legs & mechanically operated Hands to those who have lost their limbs due to amputation.
For this a Measurement Camp is arranged in Guwahati.
Dates of Camp: Monday, March 17 & Tuesday March 18 2025
Location: Sewa Kendra, Basudev Yogomaya Bhawan. 127 Bishnupur Main Road. Guwahati-781016.
Time: Morning 10 AM to 4 PM on both days
The divyang brothers & sisters who want to benefit from this camp must pre-register by calling the phone number given below.
1- Mr. Aniruddha Patankar - 95455 04964
2- Mr. Rajendra Padhye – 95526 18900
3- Mr. Nirmal Kanti Dey – 86381 49650
Entry to camp restricted to those Divyang who have pre-registered only. Pre- Registration Mandatory
Beneficiaries should come to the camp with a xerox of Aadhaar card and 1 passport size photo.
কোন মন্তব্য নেই