Header Ads

অসম সরকার রাজস্ব বিভাগের নির্দেশনা

 নয়া ঠাহর ,সংবাদদাতা;
অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে অহা ২০ মাৰ্চ ২০২৫ ৰ পৰা 31 মাৰ্চ ২০২৫লৈ "ৰাজহ বৃদ্ধি অভিযান" আৰম্ভ কৰিছে, য'ত অসমৰ সকলো জিলাত ১১ দিন ধৰি মিছন মোডত ৰাজহ সংগ্ৰহ কৰা হ'ব।
আমাৰ আহ্বান আপোনাৰ ভূমি ৰাজহ সময়মতে জমা দিয়ক আৰু এই বিশেষ ৰাজহ সংগ্ৰহ অভিযানত অংশ লওক:
✅ ডিজিটেল পেমেন্ট কৰক – 🔗 তলৰ ই-খাজনা বুটামত ক্লিক কৰি অনলাইনত পঞ্জীয়ন কৰক আৰু ভূমি ৰাজহ পৰিশোধ কৰক 🏡💻
✅ হাতেহাতে পেমেন্ট কৰক – আপোনাৰ ওচৰৰ মৌজাদাৰ কাৰ্যালয়ত গৈ ৰাজহ জমা দিয়ক 🏢📝

নিম্নলিখিত লিংকত ক্লিক কৰি পদক্ষেপসমূহ অনুসৰণ কৰক।
🔗 https://www.youtube.com/watch?v=Zg_xWvhETwc&t=132s

আপুনি সময়মতেআদায় দিয়া ভূমি ৰাজহে অসমৰ ভূমি পৰিচালন ব্যৱস্থা উন্নত কৰাত সহায় কৰে। আপোনাৰ সহায়ত, আমি অধিক স্বচ্ছ আৰু দক্ষ ভূমি ৰাজহ ব্যৱস্থা গঢ়ি তুলিব পাৰোঁ |

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.