অসমে রাহুল গান্ধীর বিরুদ্ধে থানায় অভিযোগনামা তীব্র প্রতিবাদ দেবব্রত সইকিয়ার
ৰাহুল গান্ধী ডাঙৰীয়াই যোৱা ১৫ জানুৱাৰী তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয়ৰ শুভ উদ্বোধনী অনুষ্ঠানত যি বক্তব্য ৰাখিছিল, সেয়া সম্পূৰ্ণ সত্য আৰু তথ্যৰ আধাৰত প্ৰতিষ্ঠিত। এই সন্দৰ্ভত পানবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰা ঘটনাটো মাত্ৰ ৰাজনৈতিক সক্ৰিয়তা দেখুৱাবলৈ কৰা নাটক:- দেবব্ৰত শইকীয়া, দলপতি কংগ্ৰেছ বিধায়িনী দল।
কোন মন্তব্য নেই