প্রাক্তন প্রধানমন্ত্রী মনমোহন সিংহ মৃত্যুতে শোক প্রকাশ না করে রেশন কার্ড বিতরণ কর্মসূচী অভ যোগ দেবব্রত
প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ড° মনমোহন সিঙ দেৱৰ মৃত্যুত কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰাৰ পিছতো যোৱা কালি আমাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম চৰকাৰে নতুন ৰেচন কাৰ্ড বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰিলে। যিটো দুৰ্ভাগ্যজনক। বিজেপি শাসিত অন্যান্য ৰাজ্য যেনে উত্তৰ প্ৰদেশটো এই শোক দিৱস পালন কৰিছিল। এই সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া।








কোন মন্তব্য নেই