Header Ads

মুখ্যমন্ত্রী নির্বাচন বিধি লঙ্ঘন করছেন অভিযোগ দেবব্রতর

ৰাজ্যৰ ৫ সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চামগুৰিত হোৱা কেতবোৰ নিৰ্বাচনী হিংসা আৰু বিহালী সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি কেবিনেট মন্ত্ৰী সকলে যি ধৰণে নীতি উলংঘা কৰি ৰাইজক প্ৰলোভন দিছে তাৰেই বিৰোধিতা কৰি তথা ইয়াৰ ওপৰত শাস্তি মূলক ব্যৱস্থা লোৱাৰ দাবীৰে নিৰ্বাচনী আয়োগলৈ দুখন পত্ৰ প্ৰেৰণ কৰোঁ।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.