Header Ads

, ক্ষমতার লোভে এজিপি বিজেপির হাত ধরেছে অভিযোগ দেবব্রত শইকিয়ার

আজি বঙাইগাঁওত সংবাদ মাধ্যমৰ সৈতে তলত উল্লেখিত বিষয়সমূহৰ সন্দৰ্ভত হোৱা কিছু বাৰ্তালাপ...

📌অগপ দলে তেওঁলোকৰ জাতীয়তাবাদী চেতনাক জলাঞ্জলি দি একমাত্ৰ ক্ষমতাৰ বাবে বিজেপিৰ সৈতে মিত্ৰতা কৰি আছে।
📌 বিজেপি নেতৃত্বত স্বায়ত্বশাসিত পৰিষদ সমূহত হোৱা ধনৰ দুৰ্নীতি ।
📌সম-জিলা, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা স্মাৰ্ট মিটাৰক লৈ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা প্ৰতিবাদ।
📌EVM'ৰ বিকৃত কৰণ ।
📌দিঘলীপুখৰীৰ পৰা নুনমাটিলৈ হ'বলগীয়া উৰণীয়া সেঁতু খনৰ ফলত ৰাইজে যন্ত্ৰণা ভুগিব লগীয়া হৈছে আৰু এই সেতুঁখনৰ নিৰ্মাণৰ নামত চৰকাৰে গছ-গছনি কাটি প্ৰকৃতি ধ্বংস কৰিবলৈ লৈছে।
📌 গুৱাহাটীৰ জন জোটৰ বাবে উৰণীয়া সেঁতুৱে একমাত্ৰ উপায় নহয়, ৰাজহুৱা যাতায়তৰ উন্নীতকৰণ হে ইয়াৰ এক ফলপ্ৰসূ উপায়।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.