Header Ads

জাফা র কামরূপ মহানগর জিলা সমিতি ভাঙা হল নতুন সমিতি গঠন

জাফা'ৰ কামৰূপ মহানগৰ জিলা সমিতি ভংগ,  নতুন সমিতি গঠন 

গুৱাহাটী, ২৫ অক্টোৱৰ : জাফা'ৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, সাংগঠনিক সম্পাদক আৰ্ছাদ ৰহমান বৰাৰ উপস্থিতিত সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত কামৰূপ মহানগৰ জিলা সমিতিখন ভংগ কৰি দীপজ্যোতি ডেকাক সভাপতি, ছৰিফুদ্দিন আহমেদক কাৰ্যকৰী সভাপতি আৰু মিণ্টু হাজৰিকাক সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয় । জাফা'ৰ কামৰূপ মহানগৰ জিলা সমিতিৰ নব নিৰ্বাচিত বিষয়ববীয়া সকল হ'ল ক্ৰমে উপ সভাপতি পদত দিপাংকৰ মেধি , লীনা গগৈ 
ৰিদিপ কলিতা , মাইনা গোস্বামী, সহ সম্পাদক পদত 
জাহিদুল ইছলাম ,
 সাংগঠনিক সম্পাদক পদত
অৰ্পণা গগৈ , সাংস্কৃতিক সম্পাদিকা পদত নেহা বৰা
প্ৰচাৰ সম্পাদক চম্পক মেধি,পৰিস্মিতা শইকীয়া , আনপিনে কাৰ্যকৰী সদস্য পদত অৱণী বৰুৱা,লক্ষ্মী লস্কৰ প্ৰিয়ম জ্যোতি হাজৰিকাক দায়িত্ব প্ৰদান কৰা হৈছে।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.