আগামী 2 জানুয়ারি Dispur প্রেস ক্লাবে জরুরী বৈঠক
শ্ৰদ্ধাৰ সতীৰ্থ,
অহা দুই জানুৱাৰী ২০২৪ তাৰিখ মঙ্গলবাৰে সকলোৱে লগ হৈ অনাগত কেন্দ্ৰীয় সমিতিৰ প্ৰগেমত আমি কেনেকৈ সহযোগিতা আগবঢ়াব পাৰিম আৰু অন্যান্য বিষয়ত নতুন বছৰত কিদৰে আগবাঢ়িব পৰা যাব সেই সন্দৰ্ভত সকলোৱে এখন আলোচনা সভাত মিলিত হোৱাৰ প্ৰয়োজন। সেয়েহে ২ জানুৱাৰীৰ দুপৰীয়া ১২ বজাত দিছপুৰ প্ৰেছ ক্লাবত সকলো সদস্য-সদস্যাৰ উপস্থিতি কামনা কৰা হ'ল।
সভাপতি
সম্পাদক
কামৰূপ মহানগৰ জিলা সমিতি
কোন মন্তব্য নেই