Header Ads

১৯জনের কংগ্রেস কমিটি গঠন করে দেন হাই কমান্ড

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সন্মানীয় সভাপতি শ্ৰীযুত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই "Political Affairs Committee" আৰ্হিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বাবে ১৯ জনীয়া এখন সমিতি বনাই দিছে। এই সমিতি খনৰ অধীনত অনাগত দিনত দলৰ ভৱিষ্যতৰ কাৰ্যপন্থা সমূহ বিস্তৃত ভাৱে পৰ্যবেক্ষণ ও পৰ্যালোচনা কৰা হ'ব।

 এই সমিতিখনৰ উদ্দেশ্যৰ সন্দৰ্ভত মোৰ প্ৰতিক্ৰিয়া:- দেবব্ৰত শইকীয়া, বিৰোধী দলপতি, অসম বিধানসভা।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.