Header Ads

সাংবাদিকদের স্বাধীনতা তে সরকারি হস্ত ক্ষেপ

   সুশান্ত  তালুকদার   ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সাংবাদিকৰ দ্বাৰা আয়োজিত কাৰ্যসূচী এটা byলৈ নিমন্ত্ৰণ পাইছিলোঁ । কিন্তু চৰকাৰীভাৱে আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানৰ বাবে সাংবাদিক সতীৰ্থ সকলে তেওঁলোকৰ  কাৰ্যসূচী বাতিল কৰি চৰকাৰৰ (সংশ্লিষ্ট জিলা প্ৰশাসন) সৈতে একেলগে পালন কৰাৰ সিদ্ধান্ত লোৱাত অনুষ্ঠানটো বাতিল হ’ল বুলি দুদিনমান আগেয়েই জনালে।  তিনিটা দশক সাংবাদিকতা কৰাৰ পিচত  ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ তাৎপৰ্য এইবাৰহে ভালকৈ বুজি পালো ।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.