Header Ads

জাফার গ্রামীণ সাংবাদিকতায় ২০২২ সালে পুরস্কার দেবার ঘোষণা

 নয়া ঠাহর   গুয়াহাটি  :জাফা'ৰ জিলা সমিতি সমুহলৈ অনুৰোধ

শ্ৰদ্ধাৰ 
সভাপতি/ সম্পাদক

সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব । JAFA  ACHIEVERS AWARD 2022 for Rural Journalism শিতানৰ‌ বঁটাৰ বাবে প্ৰতিখন জিলাকে তিনিজনীয়া সাংবাদিকৰ নাম তালিকা (বাচনি কৰি ) আমালৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনালোঁ।

আপোনালোকে প্ৰেৰণ কৰা তালিকাৰ পৰাই আমি এজন বা দুজনৰ নাম  Rual Journalism শিতানৰ বটা প্ৰাপকৰ তালিকাত অন্তৰ্ভুক্ত কৰিম ।

গোপনীয়তা ৰক্ষা কৰি নাম তালিকাখন কেন্দ্ৰীয় সমিতিৰ সভাপতি বা প্ৰধান সম্পাদকলৈ নাম তালিকা প্ৰেৰণৰ অনুৰোধ জনালোঁ।

আজিৰ পৰা দহ দিনৰ ভিতৰত নাম তালিকা সমুহ প্ৰেৰণ কৰে যেন ।

নাম তালিকা গ্ৰুপত নিদিব ।

কোনো জিলাই এই গ্ৰুপত নাম তালিকা দিলে সেই তালিকাখন গ্ৰাহ্য কৰা নহ'ব ।


সহযোগিতা কামনাৰে ।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.