অসমের ডাক্তার গায়ত্রী গগৈ আমেরিকা তে ক্যান্সার গবেষণা করে সম্মানিত
নয়া ঠাহর ,গুয়াহাটি:অসমৰ ডা গায়ত্ৰী গগৈয়ে আমেৰিকাৰ North Carolina অবস্থিত Breast Cancer Hub নামৰ কেন্সাৰ গবেষনা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী অনুষ্ঠানৰ পৰা আন্তৰাষ্ট্ৰীয় পৰ্যায়য ডাঃ চন্দ্ৰ শেখৰ দাস স্মাৰক কেন্সাৰ ৰ উৎকৃষ্ট সেৱা বটাঁ 2022 গ্ৰহণ কৰে। Breast cancer hub is Top Guidestar Platinum rated for transperencey and Excellance Non Profit Global outreach organization. এগৰাকী সহযোগী অধ্যাপক বৰ্তমান লক্ষীমপুৰ চিকিত্সা মহাবিদ্যালয়ৰ পূৰ্বতে দীৰ্ঘ সময়ৰ বাবে অসম চিকিত্সা মহাবিদ্যালয়ত কৰ্মৰত আছিল । কেন্সাৰৰ গবেষণা তথা কেন্সাৰ ৰোগীক অবৈতনিক সেৱাৰ বাবে সমাদৃত ডাঃ গগৈয়ে কালি সংস্হাৰ এক যুৱ অভিবতৰ্ন কাযৰ্সূচীত সভাপতি ডঃ লোপামুদ্ৰা দাস ৰ পৰা এই সন্মান গ্ৰহণ কৰে । এই বটাঁ গ্ৰহণ কৰোঁতা অন্য এজন কেন্সাৰ বিশেষজ্ঞ চিকিত্সক হল ভাৰতীয় মূলৰ আমেৰিকা নিবাসী ডাঃ ৰাঘব ৰেদি ঈন্দুৰু।
ডাঃ গায়ত্ৰী গগৈয়ে বিশ্বৰ কেন্সাৰ গবেষণাত নেতৃত্ব দিয়া সংগঠন আমেৰিকান এচচিয়েছন ফৰ কেন্সাৰ ৰিচাৰ্চত সনমিলনত অংশগ্ৰহণ কৰিবলৈ আমেৰিকাত উপস্থিত হৈছিল । ৰাইজৰ মাজৰ দুখীয়া দবৰ্ল কেন্সাৰ ৰোগীৰ সবৰ্তোপ্ৰকাৰৰ সেৱা আগবঢ়ায় অহা প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পেলিয়েতিভ ট্ৰাষ্টৰ সৈতে জড়িত।
কোন মন্তব্য নেই