Header Ads

jafa acherver award 2023 নাম ঘোষণা

JAFA ACHIEVER. AWARD -2023 ৰ  RURAL JOURNALISIM শিতানৰ বঁটা  প্ৰাপকৰ নাম ঘোষণা

 নয়া ঠাহর  কলকাতা:
গুৱাহাটী: ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্নেলিষ্ট এচোছিয়েশ্যন ফৰ আছাম চমুকৈ জাফা'ই সংগঠনটোৰ ২০২৩ বৰ্ষৰ JAFA ACHIEVER. AWARD -2023 ৰ  RURAL JOURNALISIM শিতানৰ বটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ২০ গৰাকী গ্ৰাম্য সাংবাদিকলৈ আগবঢ়োৱা হৈছে এই বঁটা।

জাফা'ৰ গ্ৰাম্য সাংবাদিকতা বঁটা লাভ কৰা সাংবাদিক সকল হ'ল ক্ৰমে - 
ধ্ৰুৱ জ্যোতি শৰ্মা , দৰঙ, দৈনিক গণ অধিকাৰ, 
ভীস্ম সৰকাৰ পাব্লিক নিউজ এন ই, কোকৰাঝাৰ,
হৰেকৃষ্ণ বেপাৰী
এন ডি ২৪ গোলকগোঞ্জ
ফাৰহাদ আহমেদ
নিউজ লাইভ, মানকাচৰ
হিৰকজ্যোতি মেধি 
নিউজ লাইভ, বাসুগাও
বৰষা কাশ্যপ
প্ৰথম খবৰ, নলবাৰী
মুচুখা ব্ৰহ্ম
বডোচা, পানবাৰী, চিৰাং
হেমন্ত কুমাৰ নাথ
নিউজ ১৮, শোণিতপুৰ
দেৱজ্যোতি বৰা
দৈনিক জনমভূমি, ডিফু
ৰাণ ৰংপি
কাৰ্বি নিউজ ডেইলি,ডিফু
হৰেণ বৰা
 প্ৰাগ নিউজ ,বিহপুৰীয়া,
আনামুল কবিৰ লস্কৰ
দৈনিক যুগশঙ্খ, ধলাই
জুলি দাস
 গতি, কৰিমগঞ্জ
সুজিৎ কুমাৰ চন্দ
গণ আৱাজ, শিলচৰ
নিৰঞ্জন ৰায়,
নিউজ লাইভ ভিডিঅ'সাংবাদিক, বঙাইগাঁও
মনোৱাৰ হুছেইন
প্ৰথম খবৰ, যোগীঘোপা 
মহেন ৰংপি
নিউজ ফাষ্ট কাৰ্বি আংলং
নিৰেন চন্দ্ৰ মালী
দৈনিক অগ্ৰদূত, পলাশবাৰী
মৃদুল প্ৰতীম ডেকা
ডি ৱাই ৩৬৫ , আমিনগাঁও



জাফা'ৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে আজি এক বিবৃতি যোগে বঁটা প্ৰাপকৰ নাম সমুহ ঘোষণা কৰে।
অনান্য শিতানৰ বটা সমুহো দুই এদিনতে ঘোষণা কৰা হ'ব
আৰু জানুৱাৰী মাহত গুৱাহাটীত আয়োজন কৰা এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বঁটা সমূহ প্ৰদান কৰা হ'ব বুলি বিবৃতিত প্ৰকাশ।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.