শক্তিপীঠ কামাখ্যাত বলিউডৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী।কটকটীয়া নিৰাপত্তাৰ মাজেৰে কামাখ্যা ধামত উপস্থিত হয় অভিনেত্ৰীগৰাকী।দেৱী কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনাৰে মাৰ আশীষ গ্ৰহণ অভিনেত্ৰীগৰাকীৰ।মন কৰিবলগীয়া যে, অভিনেত্ৰীগৰাকীৰ আজি ৪৫ সংখ্যক জন্মদিন।নিজৰ ওপজা দিনটোত মা কামাখ্যাৰ দৰ্শন লাভ কৰি নিজকে ধন্য বুলি ব্যক্ত অভিনেত্ৰীগৰাকীৰ।উল্লেখ্য যে, কিছু সময়ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী।কামাখ্যা দৰ্শনৰ পাছতেই পোনে পোনে ৰাওনা হৈছে হোটেল ৰেডিছন ব্লু'লৈ।
শক্তিপীঠ কামাখ্যাত বলিউডৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে কামাখ্যা ধামত উপস্থিত হয় অভিনেত্ৰীগৰাকী।
দেৱী কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা-অৰ্চনাৰে মাৰ আশীষ গ্ৰহণ অভিনেত্ৰীগৰাকীৰ।
মন কৰিবলগীয়া যে, অভিনেত্ৰীগৰাকীৰ আজি ৪৫ সংখ্যক জন্মদিন।
নিজৰ ওপজা দিনটোত মা কামাখ্যাৰ দৰ্শন লাভ কৰি নিজকে ধন্য বুলি ব্যক্ত অভিনেত্ৰীগৰাকীৰ।
উল্লেখ্য যে, কিছু সময়ৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈছিল অভিনেত্ৰীগৰাকী।
কামাখ্যা দৰ্শনৰ পাছতেই পোনে পোনে ৰাওনা হৈছে হোটেল ৰেডিছন ব্লু'লৈ।
কোন মন্তব্য নেই