Header Ads

লামডিং পুলিশের জালে তিন হত্যাকারী আটক




*প্ৰসংগ*: *লামডিঙৰ চাঞ্চল্যকৰ দশম শ্ৰেনীৰ ছাত্ৰীৰ ধৰ্ষন তথা হত্যা*


অৱশেষত লামডিঙ আৰক্ষীৰ জালত হত্যাকাৰী ৷

যোৱ ১ আগষ্টৰ নিশা লামডিঙৰ কৃষ্ণ বস্তিৰ শালবাগানত উদ্ধাৰ হৈছিল এগৰাকী ছাত্ৰীৰ অৰ্ধ উলংগ মৃতদেহ 

ছাত্ৰীগৰাকী ন্যায় তথা দোষীক উচিত শাস্তি বিচৰি লামডিঙৰ ৰাইজে প্ৰতিবাদি ধ্বনিৰে উত্তাল কৰিছিল লামডিং আৰক্ষী থানাৰ চৌহদ

লামডিং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতত্বত তিনিজন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 

গ্ৰেৰেপ্তাৰ কৰা তিনিজন ক্ৰমে  মিথুন পাল, দিলীপ চাহু আৰু কনক ৰঞ্জন দাস ৷ 

 আৰক্ষীয়ে সন্দেহ কৰা মতে মূল অভিযুক্ত মিথুন পাল ৷

পূৰ্বেতেও মিথুন পালৰ বিৰুদ্ধে লামডিং থানাত ডকাইতি, ধৰ্ষণ তথা মাৰপিট কৰাৰ বিভিন্ন গোচৰ ৰুজু হৈ আছে ৷

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.