Header Ads

প্রধানমন্ত্রী কে অভিধান "হেমকোষ"উপহার দিলেন অসমীয়া প্রতিদিন গোষ্ঠীর কর্ণধার জয়ন্ত বড়ুয়া

 নয়া ঠাহর  ,গুয়াহাটি  :ব্ৰেইল পদ্ধতিৰে প্ৰকাশিত হোৱা দক্ষিণ-পূব এছিয়াৰ প্ৰথমখন অভিধান 'হেমকোষ' আজি প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উপহাৰ হিচাপে আগবঢ়ায়। প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই সাক্ষাৎকালত লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.